গল্প

তোমালৈ বুলি -(শেষ অংশ)

পাৰ্থই ৰুমত সোমাই দেখিলে মাকে তালৈ চাই হাঁহি আছে । সি লাজতে গোটেইতো ৰঙা বগা পৰিছিল। চাৰিওফালে মানুহৰ ভিৰ দেখি সি ভঁৰালৰ তলতে বহিল গৈ। আনফালে মাকে বাৰে বাৰে খুমতিয়াই থকাৰ বাবে মাধুৰীমাও অলপ মুকলি বতাহ খাবলৈ বুলি বাৰীৰ ফালে সোমাই গৈছিল । তাই ভঁৰালৰ তলত পাৰ্থক দেখি তাৰ কাষতে গৈ বহি দিলে । পাৰ্থই…… Continue reading তোমালৈ বুলি -(শেষ অংশ)

গল্প

তোমালৈ বুলি -(দ্বিতীয় অংশ)

পাৰ্থই উত্তৰতো নুশুনাকে লৰালৰিকৈ ঘৰৰ ভিতৰলৈ কাম আছে বুলি কৈ সোমাই গৈছিল । মাধুৰীমাৰ মনতে হাঁহি ভাবিলে বেচেৰাতোৱে চাগে বৰ লাজ পালে । তাই জানে যে সি ৰাতিপুৱাৰ পৰা তাইকে লক্ষ্য কৰি আছিল । ৰীতিৰ এজন ককায়েক আছে বুলি তাই জানিছিল কিন্তু আজিলৈকে লগহে পোৱা নাছিল । ৰাতিপুৱা বিয়া ঘৰলৈ আহি পাই তাক দেখোঁতে সি…… Continue reading তোমালৈ বুলি -(দ্বিতীয় অংশ)

গল্প

তোমালৈ বুলি -(প্ৰথম অংশ)

মাধুৰীমাক প্ৰথমবাৰ মই বাইদেউৰ বিয়াত লগ পাইছিলো । মুগা মেখেলা চাদৰযোৰে তাইক বৰ ধুনীয়া দেখাইছিল । মাজে মাজে মিচিকিয়া হাঁহি এটিও মাৰিছিল । আলহীক চাহ দিয়াৰ পৰা ভকতক তামোলৰ শৰাইখন সজাই দিয়ালৈ সকলো তাই নিজৰ মুৰত জাপি লৈছিল । মায়ে আগদিনাখনেই মোক জনাইছিল যে তেখেতে বোলে মোলৈ ছোৱালী এজনী মনতে পছন্দ কৰি থৈছে । মইহে…… Continue reading তোমালৈ বুলি -(প্ৰথম অংশ)

গদ্য

মেঘাগম

বৰষুণৰ বতৰত প্ৰিয়ন্কাৰ নিজকে কিবা অকলশৰীয়া অনুভৱ হয়। মাজে মাজে মেঘৰ ঢেৰেকনিয়ে তাইক লগ দিয়েহি । কিন্তু সেয়া তাইৰ বাবে যথেষ্ট নহয় ।চল্লিছ বছৰ বয়সত এনে উপলব্ধিবোৰ অহাতো সাধাৰণ কথা । তথাপিও, তাই আজিও ভাবে যদি ৰাহুলে এবাৰ হলেও তাইৰ কথা ভাবিয়ে এটি সন্তান ওপজন কৰিব দিয়া হলে আজিৰ এই ঠাণ্ডা আৰু বৰষুণীয়া বতৰত এনে…… Continue reading মেঘাগম